সমললৈ যাওক

বিৰিঞ্চি কুমাৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎শিক্ষা: সামান্য শুধৰণি
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
(6জন সদস্যই কৰা 11টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
34 নং শাৰী: 34 নং শাৰী:
| website =
| website =
}}
}}
'''বিৰিঞ্চি কুমাৰ বৰুৱা''' ({{lang-en|Birinchi Kumar Barua}}; ১০ নৱেম্বৰ, ১৯০৮ – ৩০ মাৰ্চ, ১৯৬৪), [[অসম]]ৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক। [[অসমীয়া লোক-সংস্কৃতি|অসমৰ লোক-সংস্কৃতি]]ৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই [[গুৱাহাটী]] জালুকবাৰীৰ [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত 'বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ'ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।
'''বিৰিঞ্চি কুমাৰ বৰুৱা''' ({{lang-en|Birinchi Kumar Barua}}; ১০ নৱেম্বৰ, ১৯০৮ – ৩০ মাৰ্চ, ১৯৬৪), [[অসম]]ৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক।<ref name="Asamiya Jivani Abhidhan"/> [[অসমীয়া লোক-সংস্কৃতি|অসমৰ লোক-সংস্কৃতি]]ৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই [[গুৱাহাটী]] জালুকবাৰীৰ [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত 'বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ'ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।

‘আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখাৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱা ৰংঘৰ(১৯৪৮) আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল।<ref name="Asamiya Jivani Abhidhan"/> কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো তেওঁ কিছু বছৰ সম্পাদনা কৰিছিল।


==জন্ম==
==জন্ম==
১৮৩০ শকৰ ২৫ কাতি, মঙ্গলবাৰে অৰ্থাৎ ইংৰাজী ১৯০৮ চনৰ ১০ নৱেম্বৰ তাৰিখে [[নগাঁও]] জিলাৰ [[পুৰণিগুদাম]]ৰ খৰঙীচুক অঞ্চলত বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয়ৰাম বৰুৱা। বিজয়ৰাম বৰুৱা আছিল আহোমৰ দিনত বিষয় বাব শুৱনি কৰা বিখ্যাত খৰঙ্গী বৰুৱা পৰিয়ালৰ উত্তৰসুৰী। তেওঁ পুৰণিগুদামৰে আন এক নামজ্বলা বংশ কঢ়াল বৰুৱাৰ জীয়ৰী লীলাৱতীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ সাতজন ল'ৰা-ছোৱালী আছিল। পাঁচজন পুত্ৰ আৰু দুগৰাকী কন্যাৰ মাজৰ চতুৰ্থজন আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। আনসকল হ'ল ক্ৰমে, ডাঃ ললিত কুমাৰ বৰুৱা, লেখক-সমাজসেৱী, শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠাতা প্ৰিয়বালা হাজৰিকা (ত্ৰৈলোক্যনাথ হাজৰিকাৰ পত্নী), সুশীল কুমাৰ বৰুৱা, অসম চৰকাৰৰ খনি আৰু ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ক্ষীৰোদ কুমাৰ বৰুৱা, প্ৰকাশক তথা মুদ্ৰক লাৱণ্যপ্ৰভা দত্ত ( শিৱসাগৰৰ হেমচন্দ্ৰ দত্তৰ পত্নী) আৰু ডিগবৈৰ অসম তেল কোম্পানীৰ অৱসৰপ্ৰাপ্ত শ্ৰম অধীক্ষক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম">{{cite book | title=বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম | publisher=ক্ৰান্তিকাল প্ৰকাশন | author=সম্পাদক: সোমনাথ বৰা | authorlink=ড° বিৰিঞ্চিকুমাৰ বৰুৱা : জীৱন আৰু কৰ্ম | year=নৱেম্বৰ, ২০০৮ | pages=৩৯-৪০ | isbn=৯৭৮-৯৩-৮৪৬৭৯-৩৮-৫}}</ref>
১৮৩০ শকৰ ২৫ কাতি, মঙ্গলবাৰে অৰ্থাৎ ইংৰাজী ১৯০৮ চনৰ ১০ নৱেম্বৰ তাৰিখে [[নগাঁও]] জিলাৰ [[পুৰণিগুদাম]]ৰ খৰঙীচুক অঞ্চলত বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয়ৰাম বৰুৱা।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম"/><ref name="Asamiya Jivani Abhidhan">{{cite web | url=url=https://archive.org/details/in.ernet.dli.2015.451337/page/n187/mode/2up | title=অসমীয়া জীৱনী অভিধান | publisher=চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ | date=১৯৯২ | accessdate=19 June 2022 | author=[[শিৱনাথ বৰ্মন]]}}</ref> বিজয়ৰাম বৰুৱা আছিল আহোমৰ দিনত বিষয় বাব শুৱনি কৰা বিখ্যাত খৰঙ্গী বৰুৱা পৰিয়ালৰ উত্তৰসুৰী। তেওঁ পুৰণিগুদামৰে আন এক নামজ্বলা বংশ কঢ়াল বৰুৱাৰ জীয়ৰী লীলাৱতীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ সাতজন ল'ৰা-ছোৱালী আছিল। পাঁচজন পুত্ৰ আৰু দুগৰাকী কন্যাৰ মাজৰ চতুৰ্থজন আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। আনসকল হ'ল ক্ৰমে, ডাঃ ললিত কুমাৰ বৰুৱা, লেখক-সমাজসেৱী, শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠাতা প্ৰিয়বালা হাজৰিকা (ত্ৰৈলোক্যনাথ হাজৰিকাৰ পত্নী), সুশীল কুমাৰ বৰুৱা, অসম চৰকাৰৰ খনি আৰু ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ক্ষীৰোদ কুমাৰ বৰুৱা, প্ৰকাশক তথা মুদ্ৰক লাৱণ্যপ্ৰভা দত্ত ( শিৱসাগৰৰ হেমচন্দ্ৰ দত্তৰ পত্নী) আৰু ডিগবৈৰ অসম তেল কোম্পানীৰ অৱসৰপ্ৰাপ্ত শ্ৰম অধীক্ষক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম">{{cite book | title=বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম | publisher=ক্ৰান্তিকাল প্ৰকাশন | author=সম্পাদক: সোমনাথ বৰা | authorlink=ড° বিৰিঞ্চিকুমাৰ বৰুৱা : জীৱন আৰু কৰ্ম | year=নৱেম্বৰ, ২০০৮ | pages=৩৯-৪০ | isbn=৯৭৮-৯৩-৮৪৬৭৯-৩৮-৫}}</ref>


==শিক্ষা==
==শিক্ষা==
বিৰিঞ্চিকুমাৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল নগাওঁ সদৰ মধ্য অসমীয়া বিদ্যালয়ত। নগাঁও চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা, ১৯২৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ ৰাওনা হয়। বৰুৱা ইডেন হোষ্টেলত থাকি কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। প্ৰেচিডেন্সি কলেজৰ পৰাই তেওঁ ১৯৩০চনত, প্ৰথম বিভাগত আই এ পাছ কৰে আৰু ১৯৩২ চনত, পালি ভাষাত অনাৰ্ছ সহ বি এ পাছ কৰাৰ লগতে Ishan শিক্ষাবৃত্তি লাভ কৰিছিল। Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ [[অসম]]ৰ প্ৰথমজন ছাত্ৰ আছিল। ''পালি ভাষা''ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ১৯৩৪ চনত তেওঁ এম.এ ডিগ্ৰী লয়। ১৯৩৬ চনত বিৰিঞ্চিকুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰীও লাভ কৰে।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম"/> ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৭ চনত অসমৰ সাংস্কৃতিক ইতিহাস বিষয়ত গৱেষণা কৰি ''লণ্ডন বিশ্ববিদ্যালয়''ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম"/>
বিৰিঞ্চিকুমাৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল নগাওঁ সদৰ মধ্য অসমীয়া বিদ্যালয়ত। নগাঁও চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা, ১৯২৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়<ref name="Asamiya Jivani Abhidhan"/> আৰু উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ ৰাওনা হয়। বৰুৱাই ইডেন হোষ্টেলত থাকি কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। প্ৰেচিডেন্সি কলেজৰ পৰাই তেওঁ ১৯৩০চনত, প্ৰথম বিভাগত আই এ পাছ কৰে আৰু ১৯৩২ চনত, পালি ভাষাত অনাৰ্ছ সহ বি এ পাছ<ref name="Asamiya Jivani Abhidhan"/> কৰাৰ লগতে Ishan শিক্ষাবৃত্তি লাভ কৰে। Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া ছাত্ৰ আছিল। ''পালি ভাষা''ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ১৯৩৪ চনত, তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়।<ref name="Asamiya Jivani Abhidhan"/> ১৯৩৬ চনত, বিৰিঞ্চিকুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰীও লাভ কৰে।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম"/> ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৭ চনত অসমৰ সাংস্কৃতিক ইতিহাস বিষয়ত গৱেষণা কৰি ''লণ্ডন বিশ্ববিদ্যালয়''ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়।<ref name="বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম"/>


==কৰ্ম-জীৱন==
==কৰ্ম-জীৱন==
১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই [[কলিকতা বিশ্ববিদ্যালয়]]ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। ইয়াৰ পিছতে তেওঁ [[অসম]]লৈ আহে আৰু [[কটন বিশ্ববিদ্যালয়|কটন কলেজ]]ত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ [[গোপীনাথ বৰদলৈ]]ক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল। ১৯৪৮ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]] প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে। ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।<ref>http://www.bipuljyoti.in/authors/birinchi.html</ref>
১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই [[কলিকতা বিশ্ববিদ্যালয়]]ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। ইয়াৰ পিছতে তেওঁ [[অসম]]লৈ আহে আৰু [[কটন বিশ্ববিদ্যালয়|কটন কলেজ]]ত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ [[গোপীনাথ বৰদলৈ]]ক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল। ১৯৪৮ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]] প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে। ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।<ref>{{Cite web |title=আৰ্কাইভ কপি |url=http://www.bipuljyoti.in/authors/birinchi.html |access-date=2011-09-16 |archivedate=2014-07-02 |archiveurl=https://web.archive.org/web/20140702043435/http://bipuljyoti.in/authors/birinchi.html |deadurl=yes }}</ref>

==বিদেশ ভ্ৰমণ==
১৯৬১ চনত ভাৰত চৰকাৰে পঠোৱা সাংস্কৃতিক দলৰ সদস্য ৰূপে ৰাছিয়ালৈ যায়।
১৯৬৩ চনত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে।<ref name="Asamiya Jivani Abhidhan"/>


==মৃত্যু==
==মৃত্যু==
49 নং শাৰী: 55 নং শাৰী:


==সাহিত্যকৃতি==
==সাহিত্যকৃতি==
* জীৱনৰ বাটত (বীণা বৰুৱা ছদ্ম নামত)<ref name=bkb16>''পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী'',ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০</ref>
* [[জীৱনৰ বাটত]] (বীণা বৰুৱা ছদ্ম নামত) (১৯৪৪)<ref name=bkb16>''পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী'',ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০</ref><ref name="Asamiya Jivani Abhidhan"/>
* সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্ম নামত)<ref name=bkb16/>
* সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্ম নামত) (১৯৫১)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* জাতকৰ মালা<ref name=bkb16/>
* জাতকমালা (১৯৩৮)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* অসমৰ লোক-সংস্কৃতি<ref name=bkb16/>
* অসমৰ লোক-সংস্কৃতি (১৯৬১)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* পুৰণি অসমীয়া কথা সাহিত্য<ref name=bkb16/>
* পুৰণি অসমীয়া কথা সাহিত্য<ref name=bkb16/>
* চুইজাৰলেণ্ড ভ্ৰমণ<ref name=bkb16/>
* চুইজাৰলেণ্ড ভ্ৰমণ (১৯৪০)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* এবেলাৰ নাট<ref name=bkb16/>
* এবেলাৰ নাট (১৯৫৫)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* বৈষ্ণৱ গুৰু শংকৰদেৱ<ref name=bkb16/>
* বৈষ্ণৱ গুৰু শংকৰদেৱ<ref name=bkb16/>
* প্ৰফেচৰ বৰুৱাৰ চিঠি<ref name=bkb16/>
* প্ৰফেচৰ বৰুৱাৰ চিঠি<ref name=bkb16/>
* ভাৰত বুৰঞ্জী<ref name=bkb16/>
* ভাৰত বুৰঞ্জী<ref name=bkb16/>
* পট পৰিৱৰ্ত্তন<ref name=bkb16/>
* পট পৰিৱৰ্ত্তন (১৯৪৮)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* আঘোনী বাই<ref name=bkb16/>
* আঘোনী বাই (১৯৫০)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* বৌদ্ধ ধৰ্ম আৰু সাহিত্য<ref name=bkb16/>
* বৌদ্ধ ধৰ্ম আৰু সাহিত্য (১৯৫১)<ref name=bkb16/><ref name="Asamiya Jivani Abhidhan"/>
* দেশ বিদেশৰ সাধু<ref name=bkb16/>
* দেশ বিদেশৰ সাধু<ref name=bkb16/>
* অসমৰ সংস্কৃতিৰ ইতিহাস<ref name=bkb16/>
* অসমৰ সংস্কৃতিৰ ইতিহাস<ref name=bkb16/>
* অসমীয়া কথা সাহিত্য (১৯৫০)<ref name="Asamiya Jivani Abhidhan"/>
* A Cultural History of Assam (১৯৫১)<ref name="Asamiya Jivani Abhidhan"/>
* অসমীয়া ভাষা আৰু সাহিত্য (১৯৫৭)<ref name="Asamiya Jivani Abhidhan"/>


==বঁটা==
==বঁটা==
* [[সাহিত্য অকাডেমি বঁটা]] (১৯৬৪)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> (গ্ৰন্থ-অসমৰ লোক-সংস্কৃতি)
* ''অসমৰ লোক সংস্কৃতি'' নামৰ গ্ৰন্থৰ বাবে [[সাহিত্য অকাডেমি বঁটা]] (১৯৬৪)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref><ref name="Asamiya Jivani Abhidhan"/>

==সংক্ষিপ্ত জীৱনপঞ্জী==
*১৯০৮, ১০ নৱেম্বৰ(মঙ্গলবাৰ) : বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম। পিতৃ-বিজয়ৰাম বৰুৱা। মাতৃ-লীলাৱতী বৰুৱা।
*১৯১৩ : [[নগাঁও]] মিচন স্কুলৰ কিণ্ডাৰগাৰ্টেন শ্ৰেণীত নাম ভৰ্তি, পিচলৈ নগাঁও সদৰ মধ্য অসমীয়া বিদ্যালয়ত নামভৰ্তি
*১৯২০ : নগাঁও চৰকাৰী হাইস্কুলৰ তৃতীয় শ্ৰেণীত নামভৰ্তি
*১৯২১ : পৰিয়ালৰ সৈতে চিতাগঞ্জ ভ্ৰমণ আৰু বৌদ্ধ বিহাৰ দৰ্শনৰ সুবিধা লাভ।
*১৯২৩-২৪: বাল্য পুস্তকালয় স্থাপন।
*১৯২৪ : পিতৃ বিজয়ৰাম বৰুৱাৰ মৃত্যু।
*১৯২৮ : নগাঁও চৰকাৰী স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা উৰ্ত্তীণ আৰু [[কলিকতা|কলিকতাৰ]] প্ৰেচিডেন্সি কলেজত নামভৰ্তি।
*১৯৩০ : উক্ত কলেজৰ পৰা প্ৰথম বিভাগত আই এ পৰীক্ষাত উৰ্ত্তীণ।
*১৯৩২ : প্ৰেচিডেন্সি কলেজৰ পৰা পালি ভাষাত সন্মান সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উৰ্ত্তীণ আৰু ‘ঈশান’ বৃত্তি লাভ। মাধৱচন্দ্ৰ বেজবৰুৱা, ৰোহিণীকুমাৰ বৰুৱা আদিৰ লগ লাগি কলিকতাত ''আছামিজ ষ্টুডেণ্টছ্‌ ৱেলফেয়াৰ লীগ'' গঠন।
*১৯৩৪ : [[কলিকতা বিশ্ববিদ্যালয়|কলিকতা বিশ্ববিদ্যালয়ৰ]] পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ।
*১৯৩৫ : শিশু আলোচনী ‘অকণ’ৰ সম্পাদনা আৰু প্ৰকাশ।
*১৯৩৬ : [[কলিকতা বিশ্ববিদ্যালয়|কলিকতা বিশ্ববিদ্যালয়ৰ]] পৰা বি এল ডিগ্ৰী লাভ।
*১৯৩৭ : [[কলিকতা বিশ্ববিদ্যালয়|কলিকতা বিশ্ববিদ্যালয়ত]] পালি ভাষাৰ অংশকালীন প্ৰবক্তা ৰূপে মকৰল।
*১৯৩৮ : [[কলিকতা বিশ্ববিদ্যালয়|কলিকতা বিশ্ববিদ্যালয়ৰ]] মডাৰ্ণ লেংগুৱেজ বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্ত। এই বছৰৰে ১৩ ছেপ্টেম্বৰ তাৰিখে [[কটন বিশ্ববিদ্যালয়|কটন কলেজত]] যোগদান।
*১৯৪৫ : গৱেষণাৰ বাবে লণ্ডনলৈ যাত্ৰা।
*১৯৪৭ : লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনস্থ ‘''লণ্ডন স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ''’ত কে ডি বি কড্ৰিংটনৰ নিৰ্দেশনাত ''এ কালচাৰেল হিষ্ট্ৰী অৱ আসাম'' শীৰ্ষক বিষয়ৰ গৱেষণাৰ কাম সমাপ্ত। কটন কলেজত পুনৰ যোগদান। প্ৰথমে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অবৈনতিক সহকাৰী সঞ্চালক আৰু পাছত উপ-সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ।
*১৯৪৮ : শিশু আলোচনী ‘ৰংঘৰ’ৰ সম্পাদনা আৰু প্ৰকাশ। একে বছৰৰে ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ ৰূপে যোগদান।
*১৯৪৯, ১৫ জুন: শান্তিছায়া বৰুৱাৰ সৈতে বিবাহ।
*১৯৫০, ১ ফেব্ৰুৱাৰি: [[গুৱাহাটী বিশ্ববিদ্যালয়|গুৱাহাটী বিশ্ববিদ্যালয়ৰ]] শ্ৰেণীসমূহৰ সচিব ৰূপে নিযুক্তি।
*১৯৫৩ : [[গুৱাহাটী বিশ্ববিদ্যালয়|গুৱাহাটী বিশ্ববিদ্যালয়ৰ]] অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নিযুক্ত। কলাগুৰু হিচাপে মনোনীত। অস্থায়ীভাৱে বাংলা বিভাগৰো মুৰব্বী ৰূপে কাৰ্যনিৰ্বাহ।
*১৯৫৫ : [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] গুৱাহাটী অধিৱেশনৰ বুৰঞ্জী সন্মিলনত সভাপতিত্ব। [[গুৱাহাটী বিশ্ববিদ্যালয়|গুৱাহাটী বিশ্ববিদ্যালয়ত]] ''ফ’কল’ৰ আৰ্কাইভ''(Folklore Archive) প্ৰকল্প আৰম্ভ।
*১৯৫৭ : ভাৰতীয় প্ৰাচ্যতত্ত্ববিদৰ এজন প্ৰতিনিধি ৰূপে কলম্বো ভ্ৰমণ।
*১৯৬০ : ''আসাম একাডেমি ফ’ৰ কালচাৰেল ৰিলেচনচ্‌'' স্থাপনত মুখ্য ভূমিকা পালন।
*১৯৬১ : ভাৰতীয় সাংস্কৃতিক আঁচনিৰ প্ৰতিনিধি স্বৰূপে [[ছ'ভিয়েট সংঘ|ছোভিয়েট ৰাছিয়া]] ভ্ৰমণ।
*১৯৬৩, ২৮ জানুৱাৰি: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে যোগদান। তাৰপৰা চিঠি লিখি দৈনিক অসম কাকতলৈ প্ৰেৰণ। পিছত এই চিঠিসমূহ ''প্ৰফেছাৰ বৰুৱাৰ চিঠি'' নামেৰে গ্ৰন্থৰূপ পায়।
*১৯৬৪, ৪-১০ জানুৱাৰী : [[দিল্লী|দিল্লীত]] অনুষ্ঠিত ২৬ তম আন্তৰ্জাতিক প্ৰাচ্যতত্ত্ববিদ সন্মিলনত যোগদান।
*১৯৬৪, ১৭ ফেব্ৰুৱাৰী: [[গুৱাহাটী|গুৱাহাটীত]] হ’ব লগা ৪২তম আন্তৰ্জাতিক প্ৰাচ্যবিদ্যা সন্মিলনৰ প্ৰকাশন সমিতি গঠন আৰু আহ্বায়কৰ দায়িত্ব গ্ৰহণ।
*১৯৬৪, ৩০ মাৰ্চ, সোমবাৰ: পুৱা মৃত্যু।





==তথ্য-সংগ্ৰহ==
==তথ্য-সংগ্ৰহ==

20:07, 8 September 2024 অনুযায়ী বৰ্তমান সংস্কৰণ

বিৰিঞ্চি কুমাৰ বৰুৱা
জন্ম ১০ নৱেম্বৰ, ১৯০৮
পুৰণিগুদাম, নগাঁও, অসম
মৃত্যু ৩০ মাৰ্চ, ১৯৬৪ (৫৫ বছৰ)
গুৱাহাটী
ছদ্মনাম ৰাস্না বৰুৱা
বীণা বৰুৱা
পেচা শিক্ষাবিদ, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি.
উল্লেখনীয় কৰ্মৰাজি জীৱনৰ বাটত
অসমৰ লোক-সংস্কৃতি
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা

বিৰিঞ্চি কুমাৰ বৰুৱা (ইংৰাজী: Birinchi Kumar Barua; ১০ নৱেম্বৰ, ১৯০৮ – ৩০ মাৰ্চ, ১৯৬৪), অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক।[1] অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত 'বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ'ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।

‘আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখাৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱা ৰংঘৰ(১৯৪৮) আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল।[1] কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো তেওঁ কিছু বছৰ সম্পাদনা কৰিছিল।

১৮৩০ শকৰ ২৫ কাতি, মঙ্গলবাৰে অৰ্থাৎ ইংৰাজী ১৯০৮ চনৰ ১০ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ পুৰণিগুদামৰ খৰঙীচুক অঞ্চলত বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয়ৰাম বৰুৱা।[2][1] বিজয়ৰাম বৰুৱা আছিল আহোমৰ দিনত বিষয় বাব শুৱনি কৰা বিখ্যাত খৰঙ্গী বৰুৱা পৰিয়ালৰ উত্তৰসুৰী। তেওঁ পুৰণিগুদামৰে আন এক নামজ্বলা বংশ কঢ়াল বৰুৱাৰ জীয়ৰী লীলাৱতীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ সাতজন ল'ৰা-ছোৱালী আছিল। পাঁচজন পুত্ৰ আৰু দুগৰাকী কন্যাৰ মাজৰ চতুৰ্থজন আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। আনসকল হ'ল ক্ৰমে, ডাঃ ললিত কুমাৰ বৰুৱা, লেখক-সমাজসেৱী, শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠাতা প্ৰিয়বালা হাজৰিকা (ত্ৰৈলোক্যনাথ হাজৰিকাৰ পত্নী), সুশীল কুমাৰ বৰুৱা, অসম চৰকাৰৰ খনি আৰু ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ক্ষীৰোদ কুমাৰ বৰুৱা, প্ৰকাশক তথা মুদ্ৰক লাৱণ্যপ্ৰভা দত্ত ( শিৱসাগৰৰ হেমচন্দ্ৰ দত্তৰ পত্নী) আৰু ডিগবৈৰ অসম তেল কোম্পানীৰ অৱসৰপ্ৰাপ্ত শ্ৰম অধীক্ষক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা।[2]

বিৰিঞ্চিকুমাৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল নগাওঁ সদৰ মধ্য অসমীয়া বিদ্যালয়ত। নগাঁও চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা, ১৯২৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়[1] আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। বৰুৱাই ইডেন হোষ্টেলত থাকি কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। প্ৰেচিডেন্সি কলেজৰ পৰাই তেওঁ ১৯৩০চনত, প্ৰথম বিভাগত আই এ পাছ কৰে আৰু ১৯৩২ চনত, পালি ভাষাত অনাৰ্ছ সহ বি এ পাছ[1] কৰাৰ লগতে Ishan শিক্ষাবৃত্তি লাভ কৰে। Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া ছাত্ৰ আছিল। পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ১৯৩৪ চনত, তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়।[1] ১৯৩৬ চনত, বিৰিঞ্চিকুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰীও লাভ কৰে।[2] ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৭ চনত অসমৰ সাংস্কৃতিক ইতিহাস বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়।[2]

কৰ্ম-জীৱন

[সম্পাদনা কৰক]

১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। ইয়াৰ পিছতে তেওঁ অসমলৈ আহে আৰু কটন কলেজত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ গোপীনাথ বৰদলৈক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে। ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।[3]

বিদেশ ভ্ৰমণ

[সম্পাদনা কৰক]

১৯৬১ চনত ভাৰত চৰকাৰে পঠোৱা সাংস্কৃতিক দলৰ সদস্য ৰূপে ৰাছিয়ালৈ যায়। ১৯৬৩ চনত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে।[1]

৩০ মাৰ্চ ১৯৬৪ চন, গুৱাহাটীত তেখেতৰ মৃত্যু হয়।

সাহিত্যকৃতি

[সম্পাদনা কৰক]
  • জীৱনৰ বাটত (বীণা বৰুৱা ছদ্ম নামত) (১৯৪৪)[4][1]
  • সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্ম নামত) (১৯৫১)[4][1]
  • জাতকমালা (১৯৩৮)[4][1]
  • অসমৰ লোক-সংস্কৃতি (১৯৬১)[4][1]
  • পুৰণি অসমীয়া কথা সাহিত্য[4]
  • চুইজাৰলেণ্ড ভ্ৰমণ (১৯৪০)[4][1]
  • এবেলাৰ নাট (১৯৫৫)[4][1]
  • বৈষ্ণৱ গুৰু শংকৰদেৱ[4]
  • প্ৰফেচৰ বৰুৱাৰ চিঠি[4]
  • ভাৰত বুৰঞ্জী[4]
  • পট পৰিৱৰ্ত্তন (১৯৪৮)[4][1]
  • আঘোনী বাই (১৯৫০)[4][1]
  • বৌদ্ধ ধৰ্ম আৰু সাহিত্য (১৯৫১)[4][1]
  • দেশ বিদেশৰ সাধু[4]
  • অসমৰ সংস্কৃতিৰ ইতিহাস[4]
  • অসমীয়া কথা সাহিত্য (১৯৫০)[1]
  • A Cultural History of Assam (১৯৫১)[1]
  • অসমীয়া ভাষা আৰু সাহিত্য (১৯৫৭)[1]

সংক্ষিপ্ত জীৱনপঞ্জী

[সম্পাদনা কৰক]
  • ১৯০৮, ১০ নৱেম্বৰ(মঙ্গলবাৰ) : বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম। পিতৃ-বিজয়ৰাম বৰুৱা। মাতৃ-লীলাৱতী বৰুৱা।
  • ১৯১৩  : নগাঁও মিচন স্কুলৰ কিণ্ডাৰগাৰ্টেন শ্ৰেণীত নাম ভৰ্তি, পিচলৈ নগাঁও সদৰ মধ্য অসমীয়া বিদ্যালয়ত নামভৰ্তি
  • ১৯২০  : নগাঁও চৰকাৰী হাইস্কুলৰ তৃতীয় শ্ৰেণীত নামভৰ্তি
  • ১৯২১  : পৰিয়ালৰ সৈতে চিতাগঞ্জ ভ্ৰমণ আৰু বৌদ্ধ বিহাৰ দৰ্শনৰ সুবিধা লাভ।
  • ১৯২৩-২৪: বাল্য পুস্তকালয় স্থাপন।
  • ১৯২৪  : পিতৃ বিজয়ৰাম বৰুৱাৰ মৃত্যু।
  • ১৯২৮  : নগাঁও চৰকাৰী স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা উৰ্ত্তীণ আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি।
  • ১৯৩০  : উক্ত কলেজৰ পৰা প্ৰথম বিভাগত আই এ পৰীক্ষাত উৰ্ত্তীণ।
  • ১৯৩২  : প্ৰেচিডেন্সি কলেজৰ পৰা পালি ভাষাত সন্মান সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উৰ্ত্তীণ আৰু ‘ঈশান’ বৃত্তি লাভ। মাধৱচন্দ্ৰ বেজবৰুৱা, ৰোহিণীকুমাৰ বৰুৱা আদিৰ লগ লাগি কলিকতাত আছামিজ ষ্টুডেণ্টছ্‌ ৱেলফেয়াৰ লীগ গঠন।
  • ১৯৩৪  : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ।
  • ১৯৩৫  : শিশু আলোচনী ‘অকণ’ৰ সম্পাদনা আৰু প্ৰকাশ।
  • ১৯৩৬  : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰী লাভ।
  • ১৯৩৭  : কলিকতা বিশ্ববিদ্যালয়ত পালি ভাষাৰ অংশকালীন প্ৰবক্তা ৰূপে মকৰল।
  • ১৯৩৮  : কলিকতা বিশ্ববিদ্যালয়ৰ মডাৰ্ণ লেংগুৱেজ বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্ত। এই বছৰৰে ১৩ ছেপ্টেম্বৰ তাৰিখে কটন কলেজত যোগদান।
  • ১৯৪৫  : গৱেষণাৰ বাবে লণ্ডনলৈ যাত্ৰা।
  • ১৯৪৭  : লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনস্থ ‘লণ্ডন স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ত কে ডি বি কড্ৰিংটনৰ নিৰ্দেশনাত এ কালচাৰেল হিষ্ট্ৰী অৱ আসাম শীৰ্ষক বিষয়ৰ গৱেষণাৰ কাম সমাপ্ত। কটন কলেজত পুনৰ যোগদান। প্ৰথমে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অবৈনতিক সহকাৰী সঞ্চালক আৰু পাছত উপ-সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ।
  • ১৯৪৮  : শিশু আলোচনী ‘ৰংঘৰ’ৰ সম্পাদনা আৰু প্ৰকাশ। একে বছৰৰে ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ ৰূপে যোগদান।
  • ১৯৪৯, ১৫ জুন: শান্তিছায়া বৰুৱাৰ সৈতে বিবাহ।
  • ১৯৫০, ১ ফেব্ৰুৱাৰি: গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ৰূপে নিযুক্তি।
  • ১৯৫৩  : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নিযুক্ত। কলাগুৰু হিচাপে মনোনীত। অস্থায়ীভাৱে বাংলা বিভাগৰো মুৰব্বী ৰূপে কাৰ্যনিৰ্বাহ।
  • ১৯৫৫  : অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ বুৰঞ্জী সন্মিলনত সভাপতিত্ব। গুৱাহাটী বিশ্ববিদ্যালয়ত ফ’কল’ৰ আৰ্কাইভ(Folklore Archive) প্ৰকল্প আৰম্ভ।
  • ১৯৫৭  : ভাৰতীয় প্ৰাচ্যতত্ত্ববিদৰ এজন প্ৰতিনিধি ৰূপে কলম্বো ভ্ৰমণ।
  • ১৯৬০  : আসাম একাডেমি ফ’ৰ কালচাৰেল ৰিলেচনচ্‌ স্থাপনত মুখ্য ভূমিকা পালন।
  • ১৯৬১  : ভাৰতীয় সাংস্কৃতিক আঁচনিৰ প্ৰতিনিধি স্বৰূপে ছোভিয়েট ৰাছিয়া ভ্ৰমণ।
  • ১৯৬৩, ২৮ জানুৱাৰি: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে যোগদান। তাৰপৰা চিঠি লিখি দৈনিক অসম কাকতলৈ প্ৰেৰণ। পিছত এই চিঠিসমূহ প্ৰফেছাৰ বৰুৱাৰ চিঠি নামেৰে গ্ৰন্থৰূপ পায়।
  • ১৯৬৪, ৪-১০ জানুৱাৰী  : দিল্লীত অনুষ্ঠিত ২৬ তম আন্তৰ্জাতিক প্ৰাচ্যতত্ত্ববিদ সন্মিলনত যোগদান।
  • ১৯৬৪, ১৭ ফেব্ৰুৱাৰী: গুৱাহাটীত হ’ব লগা ৪২তম আন্তৰ্জাতিক প্ৰাচ্যবিদ্যা সন্মিলনৰ প্ৰকাশন সমিতি গঠন আৰু আহ্বায়কৰ দায়িত্ব গ্ৰহণ।
  • ১৯৬৪, ৩০ মাৰ্চ, সোমবাৰ: পুৱা মৃত্যু।



তথ্য-সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 1.16 1.17 1.18 1.19 শিৱনাথ বৰ্মন (১৯৯২). [url=https://archive.org/details/in.ernet.dli.2015.451337/page/n187/mode/2up "অসমীয়া জীৱনী অভিধান"]. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ. url=https://archive.org/details/in.ernet.dli.2015.451337/page/n187/mode/2up। আহৰণ কৰা হৈছে: 19 June 2022. 
  2. 2.0 2.1 2.2 2.3 সম্পাদক: সোমনাথ বৰা (নৱেম্বৰ, ২০০৮). বিৰিঞ্চিকুমাৰ বৰুৱা জীৱন আৰু কৰ্ম. ক্ৰান্তিকাল প্ৰকাশন. পৃষ্ঠা. ৩৯-৪০. ISBN ৯৭৮-৯৩-৮৪৬৭৯-৩৮-৫. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2014-07-02. https://web.archive.org/web/20140702043435/http://bipuljyoti.in/authors/birinchi.html। আহৰণ কৰা হৈছে: 2011-09-16. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 4.13 4.14 পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী,ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০
  5. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.