সমললৈ যাওক

বিৰিঞ্চি কুমাৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী: 1 নং শাৰী:
{{ infobox writer
{{infobox writer
| name = ড: বিৰিঞ্চি কুমাৰ বৰুৱা
| name = ড: বিৰিঞ্চি কুমাৰ বৰুৱা
| image = birinchi.jpg
| image = birinchi.jpg
| imagesize = 200px
| imagesize = 200px
| alt =
| alt =
| caption =
| caption =
| pseudonym =
| pseudonym =
| birth_name =
| birth_name =
| birth_date = ১৬ অক্টোবৰ, ১৯০৮ চন
| birth_date = ১৬ অক্টোবৰ, ১৯০৮ চন
| birth_place = [[নগাঁও]] জিলাৰ পুৰণিগুদাম
| birth_place = [[নগাঁও]] জিলাৰ পুৰণিগুদাম
| death_date = ৩০ মাৰ্চ, ১৯৬৪ চন
| death_date = ৩০ মাৰ্চ, ১৯৬৪ চন
| death_place = গুৱাহাটী
| death_place = গুৱাহাটী
| occupation = শিক্ষাবিদ, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক
| occupation = শিক্ষাবিদ, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক
| nationality = [[ভাৰত|ভাৰতীয়]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| ethnicity =
| citizenship = ভাৰতীয়
| citizenship = ভাৰতীয়
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| education = এম.এ , পি.এইচ.ডি.
| education = এম.এ , পি.এইচ.ডি.
| alma_mater =
| alma_mater =
| period =
| period =
| genre =
| genre =
| subject =
| subject =
| movement =
| notableworks = [[জীৱনৰ বাটত]]<br/>[[অসমৰ লোক-সংস্কৃতি]]
| movement =
| spouse =
| notableworks = [[জীৱনৰ বাটত]]<br/>[[অসমৰ লোক-সংস্কৃতি]]
| spouse =
| partner =
| partner =
| children =
| children =
| relatives =
| relatives =
| influences =
| influences =
| influenced =
| awards = [[সাহিত্য অকাডেমি বঁটা]]
| influenced =
| signature =
| awards = [[সাহিত্য অকাডেমি বঁটা]]
| signature =
| signature_alt =
| signature_alt =
| website =
| website =
}}
}}
'''বিৰিঞ্চি কুমাৰ বৰুৱা''' [[অসম]]ৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক৷ অসমৰ [[লোক-সংস্কৃতি]]ৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷ বিৰিঞ্চি কুমাৰ বৰুৱাই [[গুৱাহাটী]] জালুকবাৰীৰ [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল৷ সেয়ে পিছলৈ তেওঁৰ নামেৰে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত "''বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ''"ৰ নিৰ্মাণ কৰা হয়৷ তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল৷ ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা৷
'''বিৰিঞ্চি কুমাৰ বৰুৱা''' [[অসম]]ৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক। অসমৰ [[লোক-সংস্কৃতি]]ৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই [[গুৱাহাটী]] জালুকবাৰীৰ [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত "''বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ''"ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।


==জন্ম==
==জন্ম==
১৬ অক্টোবৰ ১৯০৮ চনত [[নগাঁও]] জিলাৰ [[পুৰণিগুদাম]]ত জন্ম হয়৷ তেওঁৰ দেউতাকৰ নাম আছিল বিজয় কুমাৰ বৰুৱা৷
১৬ অক্টোবৰ ১৯০৮ চনত [[নগাঁও]] জিলাৰ [[পুৰণিগুদাম]]ত জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয় কুমাৰ বৰুৱা।


==শিক্ষা==
==শিক্ষা==
নগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা ১৯২৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ ৰাওনা হয়৷ তেওঁ কলিকতাৰ [[প্ৰেচিডেন্সি কলেজ]]ত অধ্যয়ন কৰিছিল আৰু ১৯৩২ চনত Ishan শিক্ষাবৃত্তি লাভ কৰে৷ Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ [[অসম]]ৰ প্ৰথমজন ছাত্ৰ আছিল৷ ইয়াৰ পিছত তেওঁ প্ৰেচিডেন্সি কলেজৰ পৰাই ১৯৩৪ চনত [[পালি ভাষা]]ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে৷ ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে [[লণ্ডন]]লৈ যায় আৰু তেওঁ ১৯৪৮ চনত অসমৰ সাংস্কৃতিক ইতিহাসৰ বিষয়ত গৱেষণা কৰি [[লণ্ডন বিশ্ববিদ্যালয়]]ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়৷
নগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা ১৯২৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ ৰাওনা হয়। তেওঁ কলিকতাৰ [[প্ৰেচিডেন্সি কলেজ]]ত অধ্যয়ন কৰিছিল আৰু ১৯৩২ চনত Ishan শিক্ষাবৃত্তি লাভ কৰে। Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ [[অসম]]ৰ প্ৰথমজন ছাত্ৰ আছিল। ইয়াৰ পিছত তেওঁ প্ৰেচিডেন্সি কলেজৰ পৰাই ১৯৩৪ চনত [[পালি ভাষা]]ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে [[লণ্ডন]]লৈ যায় আৰু তেওঁ ১৯৪৮ চনত অসমৰ সাংস্কৃতিক ইতিহাসৰ বিষয়ত গৱেষণা কৰি [[লণ্ডন বিশ্ববিদ্যালয়]]ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়।


==মৃত্যু==
==মৃত্যু==
৩০ মাৰ্চ ১৯৬৪ চন, গুৱাহাটীত তেখেতৰ মৃত্যু হয়।
৩০ মাৰ্চ ১৯৬৪ চন, গুৱাহাটীত তেখেতৰ মৃত্যু হয়।


==কৰ্ম-জীৱন==
==কৰ্ম-জীৱন==
১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই [[কলিকতা বিশ্ববিদ্যালয়]]ত কিছুকাল [[অসমীয়া]] ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে৷ ইয়াৰ পিছতে তেওঁ [[অসম]]লৈ আহে আৰু [[কটন কলেজ]]ত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে৷ ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়৷ সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ [[গোপীনাথ বৰদলৈ]]ক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল৷ ১৯৪৮ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]] প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে৷ ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে৷ তেওঁৰ প্ৰচেষ্টাতে [[গুৱাহাটী বিশ্ববিদ্যালয়]] জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে৷<ref>[http://www.bipuljyoti.in/authors/birinchi.html</ref>
১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই [[কলিকতা বিশ্ববিদ্যালয়]]ত কিছুকাল [[অসমীয়া]] ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। ইয়াৰ পিছতে তেওঁ [[অসম]]লৈ আহে আৰু [[কটন কলেজ]]ত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ [[গোপীনাথ বৰদলৈ]]ক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল। ১৯৪৮ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]] প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে। ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে [[গুৱাহাটী বিশ্ববিদ্যালয়]] জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।<ref>[http://www.bipuljyoti.in/authors/birinchi.html</ref>


==সাহিত্যকৃতি==
==সাহিত্যকৃতি==
77 নং শাৰী: 77 নং শাৰী:
১৪. দেশ বিদেশৰ সাধু.<ref name=bkb16>''পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী'',ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০</ref>
১৪. দেশ বিদেশৰ সাধু.<ref name=bkb16>''পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী'',ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০</ref>


১৫. অসমৰ সংস্কৃতিৰ ইতিহাস.<ref name=bkb16>''পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী'',ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০</ref>
১৫. অসমৰ সংস্কৃতিৰ ইতিহাস.<ref name=bkb16>''পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী'',ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০</ref>





03:48, 23 May 2020ৰ সংস্কৰণ

ড: বিৰিঞ্চি কুমাৰ বৰুৱা
জন্ম ১৬ অক্টোবৰ, ১৯০৮ চন
নগাঁও জিলাৰ পুৰণিগুদাম
মৃত্যু ৩০ মাৰ্চ, ১৯৬৪ চন
গুৱাহাটী
পেচা শিক্ষাবিদ, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ , পি.এইচ.ডি.
উল্লেখনীয় কৰ্মৰাজি জীৱনৰ বাটত
অসমৰ লোক-সংস্কৃতি
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা

বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক। অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত "বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ"ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।

জন্ম

১৬ অক্টোবৰ ১৯০৮ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয় কুমাৰ বৰুৱা।

শিক্ষা

নগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা ১৯২৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল আৰু ১৯৩২ চনত Ishan শিক্ষাবৃত্তি লাভ কৰে। Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ অসমৰ প্ৰথমজন ছাত্ৰ আছিল। ইয়াৰ পিছত তেওঁ প্ৰেচিডেন্সি কলেজৰ পৰাই ১৯৩৪ চনত পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৮ চনত অসমৰ সাংস্কৃতিক ইতিহাসৰ বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়।

মৃত্যু

৩০ মাৰ্চ ১৯৬৪ চন, গুৱাহাটীত তেখেতৰ মৃত্যু হয়।

কৰ্ম-জীৱন

১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। ইয়াৰ পিছতে তেওঁ অসমলৈ আহে আৰু কটন কলেজত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ গোপীনাথ বৰদলৈক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে। ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।[1]

সাহিত্যকৃতি

১. জীৱনৰ বাটত (বীণা বৰুৱা ছদ্ম নামত).[2]

২. সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্ম নামত).[2]

৩. জাতকৰ মালা.[2]

৪. অসমৰ লোক-সংস্কৃতি.[2]

৫. পুৰণি অসমীয়া কথা সাহিত্য.[2]

৬. চুইজাৰলেণ্ড ভ্ৰমণ.[2]

৭. এবেলাৰ নাট.[2]

৮. বৈষ্ণৱ গুৰু শংকৰদেৱ.[2]

৯. প্ৰফেচৰ বৰুৱাৰ চিঠি.[2]

১০. ভাৰত বুৰঞ্জী.[2]

১১. পট পৰিৱৰ্ত্তন.[2]

১২. আঘোনী বাই.[2]

১৩. বৌদ্ধ ধৰ্ম আৰু সাহিত্য.[2]

১৪. দেশ বিদেশৰ সাধু.[2]

১৫. অসমৰ সংস্কৃতিৰ ইতিহাস.[2]



বঁটা


তথ্য-সংগ্ৰহ

  1. [http://www.bipuljyoti.in/authors/birinchi.html
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী,ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০
  3. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.