সমললৈ যাওক

দিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
03:58, 5 June 2020-ত TextCleanerBot (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন ([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)


এটা দিন হ’ল সময় নিৰূপনৰ এক একক।

সমাৰ্থক শব্দ

[সম্পাদনা কৰক]

দিবা, দিৱস, অহ্ন, প্ৰহৰ

জ্যোতিৰ্বৈজ্ঞানিক সংজ্ঞা

[সম্পাদনা কৰক]
1-->2=নক্ষত্ৰ দিন, 1-->3=সৌৰদিন

জ্যোতিৰ্বিজ্ঞানে আহ্নিক গতিৰ এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে সূৰ্যৰ আপেক্ষিকবাদ সংজ্ঞাত ক’লে সৌৰদিন (solar day) যিটো বাৰ্ষিক গতিৰ কাৰণে নক্ষত্ৰ দিনৰ (sideral day) পৰা এটা দীঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।

ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ ৰাতি (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়।

অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]