সমললৈ যাওক

চৰাচৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰাচৰ

পোষ্টাৰ
পৰিচালক বুদ্ধদেৱ দাসগুপ্ত
ৰচনা বুদ্ধদেৱ দাসগুপ্ত, প্ৰফুল্ল ৰায় (উপন্যাস)
প্ৰযোজক গীতা গোপ
শংকৰ গোপ
চিত্ৰগ্ৰহণকাৰী সৌমেন্দু ৰায়
সম্পাদনা উজ্বল নন্দী
সংগীত পৰিচালক বিশ্বদীপ দাসগুপ্ত
প্ৰযোজনা
কোম্পানী
গোপ মুভীজ
মুক্তি
১৯৯৩ (1993)
দৈৰ্ঘ্য
৯৭ মিনিট
দেশ ভাৰত
ভাষা বঙালী

চৰাচৰ (ইংৰাজী: Shelter of the Wings) ১৯৯৩ চনত বুদ্ধদেৱ দাসগুপ্তৰ পৰিচালনা আৰু প্ৰফুল্ল ৰায়ৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। [1]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • শংকৰ চক্ৰৱৰ্তী
  • ইন্দ্ৰানী হালদাৰ (গৌৰী)
  • ৰজিত কাপুৰ (লক্ষীন্দৰ)
  • সাধু মেহেৰ (ভূষণ)
  • মনোজ মিত্ৰ
  • লাৱনী চৰকাৰ (শৰি)
  • ১৯৯৩ – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৯৪ – গোল্ডন বিয়েৰ (মনোনয়ন)- ৪৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ [2]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]