সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসমৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰকল্পৰ যোগেদি অসমীয়া ৱিকিপিডিয়াত অসমৰ জিলা আৰু ইয়াৰ অন্তৰ্গত সমূহ চহৰ, নগৰ, মহকুমা, গাঁও পঞ্চায়ত ইত্যাদিৰ বিতং তথ্য সংযোজন আৰু কৰি এনে প্ৰবন্ধৰ মান উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।

গুণগত লক্ষ্য

[সম্পাদনা কৰক]
  • জিলা বিষয়ক প্ৰবন্ধ সমূহ কমেও ২০০০ শব্দ থকা কৰা।
  • নিম্নোক্ত প্ৰতিটো শাখাতে তথ্য যোগাৰ দিয়া:
    • পৰিচয় প্ৰবন্ধ
    • তথ্য পেৰা
    • ইতিহাস
    • অৱস্থান
    • ভৌগোলিক বিৱৰণী
    • জলবায়ু
    • প্ৰশাসনীয় বিভাগ: মহকুমা, ব্লক
    • নিৰ্বাচনী বিভাগ: লোকসভা/ বিধান সভাৰ সমষ্টি বিভাগ
    • জনগাঁঠনি (বিশেষ জনগোষ্ঠী আদিৰ অতি চমু পৰিচয়, আৰু মূল প্ৰবন্ধলৈ লিংক)
    • নগৰ/মহানগৰৰ তালিকা
    • গাঁও সমূহৰ তালিকা (পঞ্চায়ত সমষ্টি সমন্বিতে)
    • দৰ্শনীয় স্থান
    • বিশেষ উল্লেখ কৰিব লগীয়া কাৰ্য/স্থান ইত্যাদি (চমুকৈ, আৰু মূল প্ৰবন্ধলৈ লিংক দিয়া)
    • বাহ্যিক সংযোগ
    • তথ্য সূত্ৰ
    • (ওপৰৰ কেইটামান শাখাৰ মাত্ৰ তালিকা প্ৰস্তুত কৰিলেই হ'ব।)
  • মেপসমূহ শুদ্ধকৈ প্ৰস্তুত কৰা।
  • সংশ্লিষ্ট বিষয়ৰ ছবি সংযোগ কৰা, প্ৰয়োজন বোধে সংগ্ৰহ কৰা (নিজে তুলি)
  • এবাৰ তথ্য সমল যুগুত কৰাৰ পাছত অনুলিপি সম্পাদনা (ভাষা মসৃণ কৰা) কৰা বা প্ৰবন্ধৰ বিভাগসমূহ প্ৰয়োজন মতে আন ধৰণে সজোৱা
  • গুণগত লক্ষ্যখিনি ২ মাহৰ ভিতৰত অৰ্জন কৰা
  • অসমীয়া ৱিকিত হোৱাৰ পাছত এইকেইটা প্ৰবন্ধৰ তথ্যৰে ইংৰাজী ৱিকিত প্ৰবন্ধ লিখা। (ইংৰাজীখনৰ বেছি ভাগ প্ৰবন্ধ্ই সুলিখিত নহয়)
  • তথ্য উৎস সমূহ ইয়াত উপযুক্ত নামেৰে সংলগ্ন কৰি থোৱা, (মানে ধৰি লওঁক মই আসমৰ জিলা সমূহৰ নিৰ্ভৰযোগ্য তথ্য থকা ৱেবছাইট এটা পালোঁ বা কিতাপ এখন পালোঁ, তেন্তে মই তাৰ উল্লেখ কৰি যাম। তেতিয়া অইন এজন সদস্যই সেইখিনি সহজে পোৱাকৈ থাকিব আৰু একেটা উৎসৰপৰা তথ্য আহৰণ কৰিবলৈ সহজ হ'ব।
উদ্দীপতালুকদাৰ (talk) 19:49, 17 জুন 2012 (UTC)



নিৰ্ধাৰিত কৰ্মসূচী

[সম্পাদনা কৰক]
  • অসমৰ জিলা শীৰ্ষক প্ৰবন্ধৰ নিয়মিত পৰিচৰ্যা আৰু লগতে নিম্নোক্ত ২৭ খন জিলাৰ বিষয়ে বিতং তথ্য সংযোজন।
  • অনুগ্ৰহ কৰি তলৰ তালিকাখনত চকু ফুৰাওক। প্ৰতিটো অংশৰ কাম সমাপ্ত হোৱাৰ পিছত সেই অংশৰ Username লিখা ঠাইত আপোনাৰ সদস্যনাম বা প্ৰকৃত নাম লিখি ৰাখক।
Sr. Nr. জিলাৰ নাম পৰিচয়/আৰম্ভণিৰ অনুচ্ছেদ তথ্যপেৰা (Infobox) তথ্যপেৰা চিত্ৰ ইতিহাস ভূগোল জনগাঁথনি প্ৰশাসন যাতায়ত শৈক্ষিক প্ৰতিষ্ঠান উল্লেখযোগ্য স্থান অন্যান্য চিত্ৰ তথ্যসূত্ৰ
1 ডিমা হাছাও
2 ওডালগুৰি username username username username username username username username username username username username
3 কৰিমগঞ্জ username username username username username username username username username username username username
4 কাছাৰ username username username username username username username username username username username username
5 কামৰূপ username username username username username username username username username username username username
6 কামৰূপ মহানগৰ username username username username username username username username username username username username
7 কাৰ্বি আংলং username username username username username username username username username username username username
8 কোকৰাঝাৰ username username username username username username username username username username username username
9 গোলাঘাট username মনদীপ শইকীয়া (talk) 09:07, 24 জুন 2012 (UTC) username username username username username username username username username username
10 গোৱালপাৰা username username username username username username username username username username username username
11 চিৰাং username username username username username username username username username username username username
12 ডিব্ৰুগড় username username username username username username username username username username username username
13 তিনিচুকীয়া Git Git Git Git Git Git Git Git Git Git Git Git
14 দৰং নেকিব আহমেদ 18:41, 24 জুলাই 2012 (UTC) username নেকিব আহমেদ 18:41, 24 জুলাই 2012 (UTC) নেকিব আহমেদ 18:41, 24 জুলাই 2012 (UTC) username username username username username username username username
`15 ধুবুৰী username username username username username username username username username username username username
16 ধেমাজি username username username username username username username username username username username username
17 নগাঁও username username username username username username username username username username username username
18 নলবাৰী username username username username username username username username username username username username
19 বঙাইগাঁও ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:52, 2 জুলাই 2012 (UTC) username username ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:52, 2 জুলাই 2012 (UTC) ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:52, 2 জুলাই 2012 (UTC) ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:52, 2 জুলাই 2012 (UTC) username username username username username ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:52, 2 জুলাই 2012 (UTC)
20 বৰপেটা username username username username username username username username username username username username
21 বাক্সা username username username username username username username username username username username username
22 মৰিগাঁও username username username username username username username username username username username username
23 যোৰহাট Git Git Git Git Git Git Git Git Git Git Git Git
24 লখিমপুৰ username username username username username username username username username username username username
25 শিৱসাগৰ username username username username username username username username username username username username
26 শোণিতপুৰ username username username username username username username username username username username বিষ্ণু
27 হাইলাকান্দি username username username username username username username username username username username username



অংশগ্ৰহণকাৰী সদস্যসকলৰ নাম

[সম্পাদনা কৰক]
  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:38, 13 জুন 2012 (UTC)
  2. — গীতাৰ্থ বৰদলৈ (talk) 18:31, 13 জুন 2012 (UTC)
  3. Anjal Borah (talk) 07:20, 14 জুন 2012 (UTC)
  4. ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 08:50, 14 জুন 2012 (UTC)
  5. দীপাংকৰ চেতিয়া বাৰ্তা 16:51, 14 জুন 2012 (UTC)
  6. উদ্দীপতালুকদাৰ (talk) 18:45, 15 জুন 2012 (UTC)
  7. Manjil Konwar (talk) 08:38, 18 জুন 2012 (UTC)
  8. নয়ন(talk) 20:27, 18 জুন 2012 (UTC)
  9. নেকিব আহমেদ 18:44, 24 জুলাই 2012 (UTC)



নবাগতসকলৈ একাষাৰ

[সম্পাদনা কৰক]

ৱিকিপিডিয়া প্ৰবন্ধ লিখা একেবাৰে সহজ কাম, ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰৰ বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। যিকোনো ধৰণৰ অসুবিধা পালে আপোনাক সহায় কৰিবলৈ অভিজ্ঞ সদস্যসকল আগবাঢ়ি আহিবই। গতিকে হেলা কিহৰ? আহক সকলোৱে মিলি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখা আৰম্ভ কৰোঁ। প্ৰবন্ধৰ সৰল সম্পাদনাত আপুনি এবাৰ চকু ফুৰাব পাৰে।



ব্যৱহাৰযোগ্য তথ্য উৎসৰ সমল তালিকা

[সম্পাদনা কৰক]

অভিজ্ঞ সদস্যসকলৰ বাবে

[সম্পাদনা কৰক]

অসম ভূগোল সম্পৰ্কীয় পোখালিসমূহৰ চিনাক্ত কৰি সঠিক শ্ৰেণীবিভাজন কৰে যেন। লগতে চুটি প্ৰবন্ধসমূহত {{Assam-geo-stub}} যোগ দিবলৈ আহ্বান জনোৱা হ’ল।


বাহ্যিক অনুসন্ধান

[সম্পাদনা কৰক]


Directory ৱিকিপ্ৰকল্পসমূহৰ পঞ্জী

 

Council ৱিকিপ্ৰকল্প সদন

 

Guide ৱিকিপ্ৰকল্পসমূহৰ অৱলোকন