সমললৈ যাওক

ওড়িয়া ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ওড়িয়া ৱিকিপিডিয়া
ইউ আৰ এল or.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ওড়িয়া ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৮,৪৯১ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত ওড়িয়া ৱিকিপিডিয়াৰ ১৮,৪৯১টা প্ৰবন্ধ, ৩৭,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ১৭৫টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫,৪০,৫১৪।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ওড়িয়া ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]