সমললৈ যাওক

কন্নড় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia কন্নড় ৱিকিপিডিয়া
ইউ আৰ এল kn.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা কন্নড় ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

কন্নড় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কন্নড় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩২,৭০০ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত কন্নড় ৱিকিপিডিয়াৰ ৩২,৭০০ টা প্ৰবন্ধ, ৮৮,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ২,৪৫৬ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১২,৩৮,৬১১।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

কন্নড় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]